অসমীয়াৰ প্রাণ
নৱ প্রজন্মৰ চিন্তা অাৰু সৃষ্টিক প্রচাৰ ও সংৰক্ষণৰ এক প্রয়াস.................
Click
Wednesday, June 7, 2017
সন্ধ্যাৰ কোলাত এমুঠি কবিতাঃ
🖊ধনটি শইকীয়া
সন্ধ্যাৰ কোলাত এমুঠি কবিতা…
তুমি কোন যুগৰ …
জোনাকী…
গধূলি গোলাপ জোপাৰ ফেৰেঙনিত বহি কাৰ সৈতে কথা পাতা…
জোনৰ মুখত…দেখো সেউজীয়া…
সেউজীয়া বোৰ ৰূপান্তৰ ঘটে…
দূবৰি বোৰ শুই থাকে…
জোনৰ পিঠিত কাৰ দাগ…
জোনাকৰ নে তৰালি দুখৰ বোজা……।।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment