মৃতসঞ্জীৱনীঃ
🖊ধনটি শইকীয়া…
এটি গছপুলি জীয়াই থকাৰ প্ৰেৰণা হওঁক
প্ৰত্যেকে ৰূপন কৰক
ভৱিষ্যতৰ সপোনবোৰ বাস্তব হওঁক তাৰেই প্ৰতীক হওঁক গছপুলি…।
বিশুদ্ধ বতাহৰ জিঞ্জিৰি খুলি…
সুৰ্যৰ প্ৰখৰ উষ্ণতা হ্ৰাস কৰি…
বেঙুনীয়া বোৰ হত্যাকাৰী ৰূপে থিয় হওঁক এটি গছপুলি…!
অচিন ৰোগক চিনাকী কৰোৱাৰ পথপদৰ্শক হওঁক এটি গছপুলি…!
আকাশত উৰি ফুৰা
কলকাৰখানাৰ পৰা ওলোৱা
অসুৰৰূপী ক'লা ধোঁৱা বোৰ
…মহাদেৱে
গৰল পি খোৱাৰ দৰে …
সেই বিষবোৰ পি খোৱাৰ সংহাৰ কাৰীৰ প্ৰতীক হওঁক এটি গছপুলি…।।
সেউজীয়া পৃথিবী সেউজীয়া কৰাৰ সপোন …
হওঁক এটি গছপুলি…!
প্ৰকৃতিক মোহনীয়া কৰাৰ সৌন্দৰ্য্য ৰানী হওঁক এটি গছপুলি…।।
আগন্তুক প্ৰলয়ৰ ৰক্ষক হওঁক
পৃথিবীক জীয়াই ৰখাৰ মহৌষধ মাথোঁ…এটি গছপুলি…।।
যাৰ নাম মৃতসঞ্জীৱনী……।

No comments:
Post a Comment