নাজানো দেই কিয় এনেকুৱা হৈছোঁ মই...........
দিনক দিনে আশা, আকাংক্ষা বোৰে আকাশ চুইছে......
প্ৰথম চিনাকি হৈ কথা কেনেকৈ পাতোঁ তাতে কল্পনাবোৰ সীমিত আছিল........
তোমাৰ নেদেখোঁতে সদায় এবাৰ দেখা পোৱা তোহে কামনা কৰিছিলো.......
এতিয়া মাত শুনি থাকিবলৈ ইচ্ছা প্ৰবল হ'ল........
শুনি শুনি শুই যাওঁ.......কোনোবা শান্তিৰ কোলাত.....
আকৌ নতুন ইচ্ছা জন্ম ল'লে.....মোৰ সপোনটিক চুই চোৱাৰ........
আজি কালি যে কি কি যে ভাৱনা আহে.......
নিজকে পাগল পাগল লগা হৈছে............
তোমাক সন্মুখত থৈ মই চাই থাকিম........
তুমি কৈ থাকিবা.... মই শুনিম.........
মন গ'লেই চুই চাম......
মন গ'লেই চুমা খাম.........
মন গ'লেই সাৱটি ধৰিম......
তোমাৰ মৰমৰ ছাঁ ত জিৰণি লৈ...... জীৱনৰ ভাগৰবোৰ মাৰিম......
✍স্বপ্ননীল শইকীয়া

No comments:
Post a Comment