Click

Tuesday, May 16, 2017

অনুভৱ

আমাৰ চিন্তা ধাৰা ,উপলব্ধি,অনুভৱ এই সকলো বোৰে একমাত্র আমাৰ "দৃষ্টিকোণৰ" ওপৰত নিৰ্ভৰ কৰি হে আমাক জীৱনৰ জ্ঞান দিয়ে।
 আমি যদি দৃষ্টিকোণ ভাল কৰিব নোৱাৰো আমাৰ চিন্তা ধৰা, অনুভৱ কেতিয়াও উচিত হ'বলৈ সম্ভৱ নহয়।
ভুল দৃষ্টিকোণৰ চিন্তা ধাৰা পৰা নিজৰ সৈতে আপোনাৰ আপোন বোৰৰো সমানেই ক্ষতি কৰে।
আপুনি যদি কাৰোবাৰ বাবে সদায় হাঁহিৰ কাৰণ হ'বলৈ চেষ্টা কৰক।কাৰোবাক দুখ দি কেতিয়াও শান্তি বিচাৰি নাপাই।
কাকো আপুনি পৰাজিত কৰিবলৈ চেষ্টা নকৰিব।
চেষ্টা কৰক সদায় কাৰোবাৰ মন জয় কৰিবলৈ হে.......
জীৱনৰ ৰং সদায় ভাল শুদ্ধ চিন্তা ধাৰা ,ভাল অনুভৱ,দূৰলৈ দৰ্শন কৰিব পৰা উপলব্ধি এইবোৰৰ পৰাই পোৱা যায়....
আৰু এই সকলো বোৰ আমি একমাত্ৰ ভাল "দৃষ্টিকোণ" ৰ দ্বাৰা হে সম্ভৱ।
 গতিকে আমি সদায় নিজৰ "দৃষ্টিকোণ" ঠিক কৰা উচিত...

✍স্বপ্ননীল শইকীয়া

No comments:

Post a Comment