Click

Tuesday, May 16, 2017

ভাৱনা

নিজনত যদি কেতিয়াবা কোনো পক্ষীয়ে কান্দে.......
আমাৰ যদি সেই পক্ষী জনীৰ মাত শুনি ভাল লাগে তেতিয়া হে আমি কওঁ ইমান ধুনীয়া মাত তো.......
ঠিক একে দৰে যদি মাত শুৱলা নোহোৱা পক্ষী জনীয়ে কান্দে আমনি অমংগলিয়া বুলি খেদি দিওঁ........
বুজিব চেষ্টা কৰিব নিবিচাৰো কেতিয়াও.........
ভাৱনা যদি একেই আছিল....কোনে জানে....???
দুখ সকলোৰে আছে......ব্যক্ত সকলোৱে কৰিবা জানে ....
মাত্ৰ পাৰ্থক্য থাকে প্ৰকাশ কৰাৰ ধৰণ বোৰ হে......
কিন্তু আমি  দেখনিয়া,ভাল লগা তোতহে গুৰুত্ব দিওঁ.....সেইয়াই আমাৰ স্বভাৱ........
এনেকৈ তো বহুতৰ বিননি অথলে যায়.......
সেইবোৰ শুনিবলৈ বুজিবলৈ কোনো নাই ...........
হয়তো সম্ভৱ হৈয়েই নুঠে কাৰোৰে.........

✍স্বপ্ননীল শইকীয়া

No comments:

Post a Comment