.....কৰবী ভূঞা
স্মৃতিৰ পাতত এটি বছৰ
স্মৃতিৰ বুলবুলনি
সময়ৰ দোমোজাত
অনুভৱৰ চাকনৈয়াত
এটি বছৰ পাৰ হ'ল ।
এটি নতুন বছৰৰ আগমন
নতুন ৰহন সানি
আহিছা তুমি ।
শান্তিৰ সঁফুৰা লৈ
আন্ধাৰৰ মায়া খেদি
পোহৰ বিলাবলৈ
জনালোঁ স্বাগতম ২০১৭ ।।।
তোমাক অাৰু তোমাৰ
পৰিয়াললৈ আন্তৰিকতাৰে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ অনাবিল সুখ সমৃদ্ধিৰে ভৰি পৰা কামনাৰে .....
No comments:
Post a Comment