.⚡🖋ৰাহুল দাস⚡
কি লৈ তুমি অহংকাৰ কৰা !!
ভগৱানৰ দান...
তোমাৰ মনমোহা সৌন্দৰ্য্যটিক লৈ,
নে তুমি অহংকাৰ কৰিছা...
তোমাৰ সা-সম্পত্তি, বিলাসীতাক লৈ !!
মাটিৰ দেহা...
এদিন মাটিত মিহলি হৈ যাব,
জন্ম লভিছিলো উলঙ্গতাৰে,
উভতি যাবও লাগিব উলঙ্গতাৰে !!
তেনেহলে কি লৈ তুমি অহংকাৰ কৰিছা ??
জীৱনৰ দুদিনীয়া বাটত...
মনমোহা প্ৰকৃতিৰ মাজত
ভগৱানৰ এটি দান
আমাৰ এই জীৱন !!
তোমাৰ সৌন্দৰ্য্যতা শৰীৰ...
তোমাৰ এটি ইংগিতত
চন্দময়হৈ উঠে প্ৰতিভাৰ,
প্ৰতিটো অনু-পৰমানু
আৰু নামি আহে
এজাক প্ৰশংসাৰ সলকনি !!
সেই বুলিয়েই নো তুমি
ইমান অহংকাৰী হ'ব লাগেনে ??
তোমাৰ প্ৰতিটো ইন্দ্ৰিয়তেই...
অহংকাৰৰ অবাধ ৰাজত্ব !!
তুমিনো বাৰু সেইবোৰ কেনেকৈ অনুভৱ কৰিবা !
তুমিতো তোমাৰ অহংকাৰী এটি মনেৰে
জীৱনৰ বাট আগুৱাই আছা !!
কি লৈ তুমি অহংকাৰ কৰা !!
ভগৱানৰ দান...
তোমাৰ মনমোহা সৌন্দৰ্য্যটিক লৈ,
নে তুমি অহংকাৰ কৰিছা...
তোমাৰ সা-সম্পত্তি, বিলাসীতাক লৈ !!
মাটিৰ দেহা...
এদিন মাটিত মিহলি হৈ যাব,
জন্ম লভিছিলো উলঙ্গতাৰে,
উভতি যাবও লাগিব উলঙ্গতাৰে !!
তেনেহলে কি লৈ তুমি অহংকাৰ কৰিছা ??
জীৱনৰ দুদিনীয়া বাটত...
মনমোহা প্ৰকৃতিৰ মাজত
ভগৱানৰ এটি দান
আমাৰ এই জীৱন !!
তোমাৰ সৌন্দৰ্য্যতা শৰীৰ...
তোমাৰ এটি ইংগিতত
চন্দময়হৈ উঠে প্ৰতিভাৰ,
প্ৰতিটো অনু-পৰমানু
আৰু নামি আহে
এজাক প্ৰশংসাৰ সলকনি !!
সেই বুলিয়েই নো তুমি
ইমান অহংকাৰী হ'ব লাগেনে ??
তোমাৰ প্ৰতিটো ইন্দ্ৰিয়তেই...
অহংকাৰৰ অবাধ ৰাজত্ব !!
তুমিনো বাৰু সেইবোৰ কেনেকৈ অনুভৱ কৰিবা !
তুমিতো তোমাৰ অহংকাৰী এটি মনেৰে
জীৱনৰ বাট আগুৱাই আছা !!
No comments:
Post a Comment