Click

Monday, January 9, 2017

।।জীৱন।।


       -সমুজ্জ্বল
----------
দুখৰ মেটমৰা বোজাটো পিঠিত বান্ধি
কাঁইটীয়া পথটোৰে আগবাঢ়ো মই
এধানি সুখৰ স্পৰ্শ বিচাৰি।
ৰক্তাক্ত দুভৰিয়ে সোঁৱৰায় মোক
দুখ মোৰ আজন্ম সহচৰ,
সুখ এটা অলীক সপোন।

No comments:

Post a Comment