(দেৱজিত ভূঞা)
বন্ধু মেলি দিয়া তোমাৰ দুখনি হাত।
তোমাৰ হাততে ধৰি বন্ধু,
আগুৱাও জীৱনৰ বাট।
বন্ধু বিহীন জীৱন অসাৰ,
বন্ধু বিহীন জীৱন মৃত্যু সমান।
বন্ধু বিহীন জীৱন ব'ঠা নোহোৱা নাওঁ।
বন্ধু নাথাকিলে জীৱনৰ প্ৰকৃত ৰং আনন্দ,
কত বাৰু বিচাৰি পাওঁ।
বন্ধু তুমি মোৰ আচঁলৰ সাঁচতীয়া ধন।
নিদিবা বন্ধু তোমাৰ জীৱনৰ পৰা মোক বিসৰ্জন।
বন্ধু তুমি মোৰ জীৱন লগৰী,
যেন দেহৰ মাজত পৰম আত্মা তুমি।
বন্ধু তুমি বিহীন মোৰ জীৱন অন্ধকাৰ।
তুমি বিহীন মোৰ জীৱনত কেৱল দুখৰে ছায়াঁ।
বন্ধু মেলি দিয়া তোমাৰ সঁহাৰি দুহাত।
তোমাৰ হাততে ধৰি বন্ধু সংঘাতময় পথত কৰিম জীৱন যাত্ৰা।
বন্ধু তুমিয়ে মোৰ সকলো,
হাহিঁ আনন্দ আৰু সুখ।
বন্ধু নাযাবা জীৱন বাটত, অকলে এৰি মোক।
বন্ধু দুয়ো থাকিম সদায় সুখে দুখে,
নাযাবা কেতিয়াওঁ আতৰি,
বন্ধু জীৱনৰ সংঘাততে।
বন্ধু তুমি যেন মোৰ দেহৰ,
প্ৰতি টোপাল ৰক্ত।
তুমি বিহীন মোৰ জীৱন নিৰৰ্থ।
বন্ধু বিহীন জীৱনৰ অৰ্থ মাথো শূণ্য।।
বন্ধু মেলি দিয়া তোমাৰ দুখনি হাত।
তোমাৰ হাততে ধৰি বন্ধু,
আগুৱাও জীৱনৰ বাট।
বন্ধু বিহীন জীৱন অসাৰ,
বন্ধু বিহীন জীৱন মৃত্যু সমান।
বন্ধু বিহীন জীৱন ব'ঠা নোহোৱা নাওঁ।
বন্ধু নাথাকিলে জীৱনৰ প্ৰকৃত ৰং আনন্দ,
কত বাৰু বিচাৰি পাওঁ।
বন্ধু তুমি মোৰ আচঁলৰ সাঁচতীয়া ধন।
নিদিবা বন্ধু তোমাৰ জীৱনৰ পৰা মোক বিসৰ্জন।
বন্ধু তুমি মোৰ জীৱন লগৰী,
যেন দেহৰ মাজত পৰম আত্মা তুমি।
বন্ধু তুমি বিহীন মোৰ জীৱন অন্ধকাৰ।
তুমি বিহীন মোৰ জীৱনত কেৱল দুখৰে ছায়াঁ।
বন্ধু মেলি দিয়া তোমাৰ সঁহাৰি দুহাত।
তোমাৰ হাততে ধৰি বন্ধু সংঘাতময় পথত কৰিম জীৱন যাত্ৰা।
বন্ধু তুমিয়ে মোৰ সকলো,
হাহিঁ আনন্দ আৰু সুখ।
বন্ধু নাযাবা জীৱন বাটত, অকলে এৰি মোক।
বন্ধু দুয়ো থাকিম সদায় সুখে দুখে,
নাযাবা কেতিয়াওঁ আতৰি,
বন্ধু জীৱনৰ সংঘাততে।
বন্ধু তুমি যেন মোৰ দেহৰ,
প্ৰতি টোপাল ৰক্ত।
তুমি বিহীন মোৰ জীৱন নিৰৰ্থ।
বন্ধু বিহীন জীৱনৰ অৰ্থ মাথো শূণ্য।।
No comments:
Post a Comment