মৃদু গগৈ
শীতৰ সেমেকা সন্ধিয়াবোৰত
শব্দৰ ঘুণেধৰা জখলাৰে
খুপি খুপি নামি আহে
বুকুলৈ
এমুঠি সুঁৱৰণীয়া দুখ
দুচকুৰে নিগৰে চকুপানী
দুগাল তিয়াই দুধাৰি
যেন জীয়াধলৰ
ভৰ বাৰিষাৰ সোঁত
শীতৰ সেমেকা সন্ধিয়াবোৰত
শব্দৰ ঘুণেধৰা জখলাৰে
খুপি খুপি নামি আহে
বুকুলৈ
এমুঠি সুঁৱৰণীয়া দুখ
দুচকুৰে নিগৰে চকুপানী
দুগাল তিয়াই দুধাৰি
যেন জীয়াধলৰ
ভৰ বাৰিষাৰ সোঁত
No comments:
Post a Comment