মোৰ মৰমৰ কলিজা তুমি নাকান্দিবা ।
তুমি মোৰ প্ৰেৰণাৰ উত্স । তোমাক মই
কেতিয়াও পাহৰিৰ নোৱাৰো ।
যেতিয়ালৈকে মোৰ মৃত্যু নহয় । কলিজা
প্লিজ তুমি নাকান্দিবা । তুমি কান্দি
থাকিলে মোৰ মনটো একেবাৰে দুৰ্বল হৈ
পৰে প্লিজ তুমি নাকান্দিবা । আজিও কিয়
জানো মোৰ মনে তোমাকেই বিচাৰি
ফুৰিছে এক মৰম হিনতা । তুমি থাকিলে
সকলোবোৰ ভাল লাগে আৰু যে তোমাৰ
মিচিকিয়া হাঁহিটো ইমান মনত পৰে ।
সচাকৈ তুমি বৰ মৰম লগা । আৰু কলিজা
তুমি মোৰ কাখত নাথাকিলে
সকলোবোৰে নিৰস আৰু শুন্য হৈ পৰে ।
সেইকাৰণে তোমাক কৈছোঁ তুমি দুখ
নকৰিবা । মই জানো ...? মই আজি
তোমাৰ ওচৰত নাই কাৰণে তুমি
অকলশৰীয়া যেন লাগিছে ... ? ময়ো তুমি
মোৰ ওচৰত নথকা কাৰনে বিদেশত
অকলশৰীয়া হৈ জীয়াই আছোঁ ।তোমক
এবাৰ চাবলৈ ভীষণ ইচ্ছা গৈছে মোৰ ।
বহুদিন হল তোমাক নেদেখা । কিন্তু তুমি
চিন্তা নকৰিবা মোৰ কলিজা মই
অতিসোনকালে তোমাৰ ওচৰত ওলামহি ।
কিন্তু তুমি প্লিজ নাকান্দিবা প্লিজ
প্লিজ প্লিজ প্লিজ ।
,ৰাহুল তুন দাস বা📝 তোনিৰাম দাস
৮৩০৮১২৮০৯২
No comments:
Post a Comment