Click

Tuesday, December 13, 2016

ৰুপহী চেনেহী

ৰুপহী চেনেহী ------------------------------

পুৱাৰ ৰ'দালিয়ে চিকি -মিকি কৰিছে 
লুইতৰ বাহনি পানী |

আকাশত উৰিচে বগলী জাকটি কিযে লানি নিচিগা কৰি|

 শস্য দুবাইচে  পথাৰত পানীয়ে 
ধানে কল-মল কৰে |
ৰুপহী চেনেহীক এবাৰ নেদেখিলে মনে খেলে মেলি কৰি থাকে|

ৰাতিৰ আকাশত চোৱা চোন তৰা বোৰ 
থাকে জিক মিক কৰি
ৰুপহী চেনেহী হাঁহিটি দেখিলে দেহাটি যায় সাত পৰি|

চোৱা চোন বাগিছাৰ ফুল বোৰত 
পখিলা পৰিছে  পখিলাই মেলিছে পাখি
ৰুপহী চেনেহী গ'লেগৈ আঁতৰি জীবন হ'ব মৰুভূমীৰ বালি  |

✍  দেৱৰাজ শৰ্মা

No comments:

Post a Comment