ছোৱালী:- ঐ তোমাক যে মই বেয়া পাইছোঁ.....
ল'ৰা:- কিয় বাৰু....???
ছোৱালী:- এনেই মৰম দেখুৱাই থাকা তুমি মোক।আচলতে তোমাৰ মৰম বোৰ মিছা।
সঁচা হোৱা হেঁতেন তুমি মোৰ পৰা ইমান দূৰত কেনেকৈ থাকা...??
ল'ৰা:- হিঃ হিঃ হিঃ .......সেইটো হে কথা নিকি............???
ছোৱালী:- অ' তো......মিছা নিকি....হুহ.....নামাতিবা মোক।
এনেই মৰম দেখুৱাই থাকে।ইমান দূৰত থাকিব পাৰে।কেতিয়াবা যে খবৰ এটাও নাইকিয়া হৈ যায় দিনটো কি কৰিছে ক'ত আছে.........পাত্তা কে নাপাওঁ........কেনেকৈ নো থাকা.........???
ল'ৰা:- মই দূৰত থাকোতে তুমি তেতিয়া যেনেকৈ থাকা মইও তেনেকৈ য়ে থাকোঁ আকৌ...... হিঃ হিঃ....
ছোৱালী:- হুহ.... বেছি কৰা তুমি... নামাতিবা....মোক...
ল'ৰা:- এনেকৈ নক'বা চোন তোমাক নামাটি কাক মাতিম নো.....!!
চোৱাচোন মোৰ ফালে......মই তো তোমাৰ পৰা কেতিয়া আঁতৰি আছোঁ......
যেতিয়া বেছিকৈ তোমালৈ মনত পৰে তেতিয়া মই......উশাহ তো দীঘল কৈ লৈ চকু দুটা মুদি শুই পৰো.......তেতিয়া তোমাক মই কাষত পাওঁ.....তুমি মোৰ মূৰত তোমাৰ কুমলীয়া হাতেৰে মৰম কৰি থাকা...... এনেকৈ পাৰ হৈ যায় সময় বোৰ....
ছোৱালী:- (একে থৰে চাই থাকিল)
ল'ৰা:- তুমি মোৰ পৰা আৰু মই তোমাৰ পৰা কেতিয়াও আঁতৰি থকা সম্ভৱ নহয় জানাই চোন।মই সদায় এটাই কথা ভাবোঁ.…......সেইয়াই হ'ল "আমাৰ" কথা.........
তুমিও মোৰ দৰেই কৰিবা চোন........তেতিয়া মই আঁতৰি থকা যেন অনুভৱ নহয় কেতিয়াও.....
ছোৱালী:- (একো ক'ব নোৱাৰা হ'ল...তাক জোৰকৈ সাৱটি ধৰিলে)
ল'ৰা:- চাওঁ চোন এইফালে। চুমা এটা দিওঁ............মোৰ পাগলী জনী এনেই.... যি ...টি ...বোৰ ভাবি মন বেয়া কৰে...............উম্মম্মআহ😘😘
✍স্বপ্ননীল শইকীয়া

No comments:
Post a Comment