কোনোবাই আমাক কিবা যদি খং কৰে অথবা কিবা যদি কৈ থাকে।আমাৰ শুনিবলৈ ধৈৰ্য্য নহয় অথবা খং হে উঠে।এনেকুৱা লাগে যেন বলকি আছে পাগলৰ দৰে,আমাক অকণো ভালেই নাপাই,দেখিব নোৱাৰে এনেকুৱা বহুত ভুল ধাৰণাই মনত ঠাই পাই।এনেকৈ যে আমাৰ বহুতো আপোন মানুহৰ মনত আঘাত দিয়া হয়।কাৰণ আমিও বেয়াকৈয়ে কৈ দিওঁ বহুতকে এনেকৈ।
কিন্তু ভুল কাৰ ...???
কোৱা জনৰ নে ভুল বুজা জনৰ....??
কিন্তু সেইবোৰ ভাবিবলৈ আমাৰ মগজৰ সেইসময়ত সম্ভৱেই নহয় ।
কাৰণ আমি নিজৰ কথা বোৰ হে শুদ্ধ বুলি ভাবোঁ।
যদি আমি সেইবোৰ নকৰি..........আমি চেষ্টা কৰোঁ এনেকৈ যে.....কিয় কৈছে তেওঁ মোক এনেকৈ...?? কিবা ভুল হৈছে নেকি সঁচাকৈ কিবা তেওঁ বেয়া দেখিছে চাগে....!!
শুদ্ধ কৰি লোৱাটো ভাল যদি কিবা ভুল দেখিছে.।।
কাৰণ কোনোবাই আপোনাক
" কি কৈছে "সেইটোতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোৱে যে
"কিয় কৈছে".....???
আপুনি এই কিয় টোৰ কাৰণ যদি বুজিবলৈ সম্ভৱ হৈ উঠে তেতিয়া আপোনাৰ কাৰোবাৰ সৈতে ভুল বুজা বুজি কেতিয়াও নহয়।
✍স্বপ্ননীল শইকীয়া

No comments:
Post a Comment